← ফুৰি যাওক

কুৰঙ্গনয়নী

kuraṅganaẏanī

অৰ্থ

1.

হৰিণাৰ দৰে ধুনীয়া চকু থকা (তিৰোতা); সুন্দৰী

gazelle-eyed; beautiful

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কুৰঙ্গনয়নী · অসমীয়া অভিধান