← ফুৰি যাওক

কুন্দোবা

kundobā

অৰ্থ

1.

(মূৰ) সমান বা ঘূৰণীয়াকৈ কটা

rounded and smoothed (said of the end of stick, etc.)

বিণ.

2.

মূৰ সমান বা ঘূৰণীয়াকৈ কটা কাৰ্য্য।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কুন্দোবা · অসমীয়া অভিধান