← ফুৰি যাওক

কুন্দ

kunda

অৰ্থ

1.

কাঠ, ধাতু আদিৰ বস্ত্ত ঘূৰাই ঘূৰাই কাটি গঢ় লগোবা যন্ত্ৰ

a turner's lathe

বি.

2.

কুন্দত দি; কুন্দত কাটি গঢ় লগা

to turn on a lathe

সক. ধা.

3.

এবিধ বগা বৰণীয়া ফুল; খৰিকাজাঁই

a kind of jasmine; Jasminum multiflorum

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কুন্দ · অসমীয়া অভিধান