← ফুৰি যাওক

কুনকুনা

অৰ্থ

1.

কুন্কুন্ শব্দ কৰ্; গুণগুণা

অক. ধা.

2.

থুনথুনা; কোনো বস্ত্ত পাবৰ আশাৰে অলপ অলপকৈ কান্দি থাক্

to buzz; to express sorrow in a low cry

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কুনকুনা · অসমীয়া অভিধান