← ফুৰি যাওক

কুৎসিত

kutsita

অৰ্থ

1.

কুৰূপ; কুশ্ৰী; বেয়া; মন্দ

ugly; vile

বিণ.

2.

নিন্দিত; . যেনে-"ঘোৰ নাৰী- মায়া সৰ্ব্ব মায়াতে কুৎসিত" (কীৰ্ত্তন)।

contemptible

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কুৎসিত · অসমীয়া অভিধান