কুতৰ্কী
kutarkī
অৰ্থ
1.
আচল সত্য ঢাকি মিছা যুক্তি দেখুওবা মানুহ
a sophister; fallacious or improper reasoner
বি.
2.
অন্যায়ৰূপে তৰ্ক কৰা
reasoning improperly
বিণ.
3.
ঈশ্বৰক খণ্ডন কৰা তাৰ্কিক; .।
atheist
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ