← ফুৰি যাওক

কুঠীয়া

kuṭhīẏā

অৰ্থ

1.

কুঠ বা বৰ ৰোগে খোবা বা ধৰা

leprous

বিণ.

2.

বৰ ৰোগো খোবা মানুহ; কুঠৰোগী

a leper

বি.

3.

দুষ্ট মানুহক গালি পৰা মাত

a term of abuse applied to a wicked man

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ