← ফুৰি যাওক

কুটুহাই

অৰ্থ

1.

ওঁহ কৰি; কুটুহ কৰি; মুখৰ ভিতৰতে অসম্মতি বা খং প্ৰকাশ কৰি

uttering a gruff sound to indicate unwillingness or displeasure

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কুটুহাই · অসমীয়া অভিধান