← ফুৰি যাওক

কুটুৰ্

kuṭur

অৰ্থ

1.

ছুই-লাৰি থাক্; জোকাৰ্; যেনে-"আনোসব লোকে তাক দেখিলে ডৰাই। পাছত খেদিয়া কুটুৰিয়া পাইলা লাই" (শঙ্কৰদেব)

to handle; to shake

অক. ধা.

2.

লাগি থাক্; খাটিৰ কৰি থাক্

to be entreating

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কুটুৰ্ · অসমীয়া অভিধান