← ফুৰি যাওক

কুট্

kuṭ

অৰ্থ

1.

সৰুকৈ কাট্

to cut into small pieces; to chop

সক. ধা.

2.

দাঁতেৰে অলপ অলপকৈ কাট্

to gnaw

সক. ধা.

3.

কাঁচি আদি অস্ত্ৰৰ মুখত দাঁত কাট্; যেনে-"কমাৰে কাঁচিখন ভালকৈ নুকুটিলে"

to cut the teeth on the sharp edge of a sickle, etc

সক. ধা.

4.

পঢোঁতে বাক্যৰ মাজত বা অন্তত ৰ'বৰ কাৰণে দিয়া চিন; যেনে-(,), (; ), ইত্যাদি

mark of punctuation

সক. ধা.

5.

আখৰৰ শাৰীত আন এঠাইৰপৰা আখৰ বা শব্দ আনি বহুবাই দিয়াৰ চিন; যেনে-(ch>/ch>), (×) ইত্যাদি

mark of interlineation

সক. ধা.

6.

বাঁহী, মুৰলী আদি বজাবৰ কাৰণে গাত দিয়া বিন্ধা; . সক. ধা. (পাচলি) কুটা

a finger hole of flute, etc. ; to cause to be cut by another

সক. ধা.

7.

পীড়া কৰ্; কামোৰ্; যেনে-"তিৰিমিৰি কৰে চক্ষু কুটয় ষেহেন" (বনপৰ্ব্ব)

to afflict; to bite

সক. ধা.

8.

এবিধ চাহি

a kind of mite

বি.

9.

বগা, পাখি থকা পথাৰৰ ধান কুটা এবিধ পোক

a kind of winged insect

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ