← ফুৰি যাওক

অনাজালে

anājāle

অৰ্থ

1.

জূইৰ জাল বা তাপ নোহোবাকৈ

without being heated by fire

ক্ৰি. বিণ.

2.

বিনা জালে; জাল নপতাকৈ

without a net

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ