← ফুৰি যাওক

কিসক

kisaka

অৰ্থ

1.

কি কাৰণে; যেনে-"কিসক কৰিল হেনমত অঙ্গীকাৰ" (মা., আদিকাণ্ড)

why; for what reason

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কিসক · অসমীয়া অভিধান