কিলাকুটীয়া
অৰ্থ
1.
হাত ভিৰালে কিলাকুটিৰ যি আকাৰ হয় সেই নিচিনা; চুকীয়া; ৰেঁকোৰা; কোণৰ আকৱতিৰ
elbow-shaped; angular
বিণ.
2.
পানীৰ ফাললৈ আগ বাঢ়ি থকা চুকীয়া মাটি; আগিয়াঠুঁটি
a promontory
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ