কিবা
kibā
অৰ্থ
1.
নজনা; নিশ্চয় নোহোবা; বুঞ্জিব নোবৰা
some uncertain (thing)
বিণ. সৰ্ব্ব.
2.
কিজানি
perhaps
অব্য.
3.
কি; কি কথা (প্ৰায় অসন্তোষ প্ৰকাশত); যেনে-"কিবা চুপতি কৰি থাক"
what
বিণ. সৰ্ব্ব.
4.
কিংবা
or
বিণ. সৰ্ব্ব.
5.
কেনেবা; ভাল নলগা
feeling uneasy; unpleasant
বিণ. সৰ্ব্ব.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ