কিটা
kiṭā
অৰ্থ
1.
শত্ৰুৰপৰা ভয় পাই নিজক ৰক্ষা কৰিবৰ কাৰণে যুগুত বা সষ্টম হ; আত্মৰক্ষা কৰিবলৈ অস্ত্ৰ লৈ সাবধান হ; যুদ্ধলৈ আহ্বান কৰ্; যেনে-"দেখি দৈত্য-কটক কিটাইলা" (কীৰ্ত্তন)
to be alarmed and be ready for self-defence against a foe; to challenge
অক. ধা.
2.
খং কৰ্; খং উঠ্; . যেনে-"শৰঘাবে দুগুণে কিটাইলা দ্বিজবৰ" (দ্ৰোণপৰ্ব্ব)।
to be enraged
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ