← ফুৰি যাওক

অকাতৰ

akātara

অৰ্থ

1.

বিহ্বল নোহোবা

বিণ.

2.

ভয়শূন্য; নিৰ্ভয়

fearless

বিণ.

3.

ছখ, শ্ৰম, বোঁধ নকবা

indefatigable

বিণ.

4.

সঙ্কোচ নথকা

without pain or hesitation

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অকাতৰ · অসমীয়া অভিধান