কাৰবাৰী
অৰ্থ
1.
আয়োজন বা যুগুত কৰা; যত্নবান
working; painstaking
বিণ.
2.
যত্ন বা চেষ্টা কৰোঁতা
a worker
বিণ.
3.
ব্যবসায়ী; বেপাৰী
one engaged in business; professional man
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
আয়োজন বা যুগুত কৰা; যত্নবান
working; painstaking
বিণ.
যত্ন বা চেষ্টা কৰোঁতা
a worker
বিণ.
ব্যবসায়ী; বেপাৰী
one engaged in business; professional man
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ