← ফুৰি যাওক

কাঁৰি

kām̐ri

অৰ্থ

1.

মাছৰ দৰে পানীৰ তলে তলে কিন্ত্ত মানুহে চিনিব পৰাকৈ বেগেৰে কৰা গতি

the rapid movement as of a fish under the water perceivable by the human eye

বি.

2.

পানীৰ তলে তলে গতি কৰোঁতে পানীত হোবা দীঘলীয়া চিন্

the ripple on the surface of water caused by a fish moving under it rapidly

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ