← ফুৰি যাওক

কামোৰ

kāmora

অৰ্থ

1.

দংশন; দাঁত বা শুং আদি সুমাই অনিষ্ট কৰা বা ঘা লগোবা; দাঁতেৰে কৰা আঘাত

bite

বি.

2.

হিংসা বা অনিষ্ট কৰা

malicious act

বি.

3.

বেদনা; কষ্ট

a sharp pain

বি.

4.

একেবাৰতে কামুৰি নিব বা খাব পৰা পৰিমাণ

a quantity bitten off at a time; a mouthful

বি.

5.

কোনো বস্ত্তৰ কাৰণে কৰা আমনি; যেনে-"ধৰুবাৰ কামোৰ"

vexatious demands

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কামোৰ · অসমীয়া অভিধান