← ফুৰি যাওক

কামধেনু

kāmadhenu

অৰ্থ

1.

যিহকে ইচ্ছা কৰা যায় তাকে দিয়া এজনী গাই; সুৰভি; সাগৰ মথোঁতে উঠা এটা বস্ত্ত

a fabulous heavenly cow supposed to yield anything desired

বি.

2.

বশিষ্ঠৰ ঘৰত থকা আৰু পোবালি নোহোবাকৈ গাখীৰ দিয়া এজনী গাই

the mythical cow of the sage Vaśiṣṭha said to give milk without calving

বি.

3.

কামদেবৰ ফুলৰ ধেনু; যেনে-"মাজতে জবঞ্জ কাম-ধেনুঃ নিৰ্ম্মল বহল তাৰ তনু" (বিৰাটপৰ্ব্ব)

the bow of Kāmadeva

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ