← ফুৰি যাওক

কাপুৰুষ

kāpuruṣa

অৰ্থ

1.

অধম মানুহ; যাৰ মনুষ্যত্ব নাই

a mean fellow

বি.

2.

ভয়াতুৰ বা সাহ-পিতৱ নথকা মানুহ

a coward

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ