কাপ-জাপ
kāpa-jāpa
অৰ্থ
1.
কপট; ফন্দি; যেনে-"হৰিক সুমৰি ব্ৰহ্ম-মন্ত্ৰ কৰা জপ। কপট গৌতমে বোলে এৰা কাপ-জাপ" (আদিকাণ্ড)।
বি.
2.
গৰ্ব্ব; দম্ভ; যেনে-"পৰশুৰামৰ ভাগি গৈলা কাপ-জাপ। বৈদ্য দেখি যেন মুণ্ড চপৰাইলা সাপ" (মা. আদিকাণ্ড)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ