কাপ
kāpa
অৰ্থ
1.
বেতৰ আঁটি বা মুঠি [ইয়াত দহ চিৰা ফলা বেত থাকে]
a bundle containing 10 pieces of split cane
বি.
2.
কলম; লেখনী বা লিখা কাঠীৰ আগ ভাগ
a pen
বি.
3.
চীনা মাটি আদিৰ আধুনিক বাটি; পিয়লা।
cup
বি.
4.
চটা; ছিটা; কোনো এটা ৰঙৰ বহল আঁচ
a stripe
বি.
5.
ৰং; দাগ; চেকা
colour; mark
বি.
6.
কপট; ছদ্মবেশ; যেনে-"দুষ্ট অঘে পাতিলেক কাপ" (কীৰ্ত্তন)।
বি.
7.
গৰ্ব্ব; দৰ্প; যেনে-"ভালেতো দেবক ইটো জনালেক কাপ" (মা. ক., সুন্দৰাকাণ্ড)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ