← ফুৰি যাওক

কাঁতৰি

kām̐tari

অৰ্থ

1.

কুঁহিয়াৰ শালৰ মূৰত লগাই দিয়া, ভীমজোৰ ঘুৰোবা দীঘল এডাল কাঠ

a long piece of wood fixed on the top of the main roller of an Assamese sugar-cane press by means of which the rollers are worked

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাঁতৰি · অসমীয়া অভিধান