← ফুৰি যাওক

কাণটাহা

kāṇaṭāhā

অৰ্থ

1.

গালৰ মঙহৰ ভিতৰত থকা হাড়

the cheek-bone

বি.

2.

ৰৌ, বাহু আদি মাছৰ (হাড়ৰ) গাল।

বি.

3.

কাণ টাহ বা তাল মাৰি ষোবা চৰ

a violent slap on the cheek which deafens the ear; a stunning slap on the cheek

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ