← ফুৰি যাওক

কাণজাগ

kāṇajāga

অৰ্থ

1.

কাণ জগাই অৰ্থাৎ কাণেৰে গম লৈ শোবা অবস্হা

sleeping with the ear awake

বি.

2.

নাইত কাণ লগাই পটেৰ শব্দৰ গম লৈ তাৰ অবস্হা নিৰ্ণয় কৰা

the act of ascertaining the condition of the stomach by putting an ear on the navel

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ