← ফুৰি যাওক

কাঢ়্

kāṛh

অৰ্থ

1.

বলেৰে আনৰপৰা নি বা ল

to take by force

সক. ধা.

2.

আঁজুৰি, টানি বা চেপি ল বা বাহিৰ কৰ্

to snatch; pluck; extract

সক. ধা.

3.

চৰু বা ৰন্ধা পাত্ৰৰপৰা উলিয়াই ল

to take out from a cooking pot

সক. ধা.

4.

উশাহ ল; মাত ল; উচ্চাৰণ কৰ্

to utter or articulate sound; to breathe

সক. ধা.

5.

লৰা; এঠাইৰপৰা আন ঠাইলৈ নি; যেনে-"খোজ কাঢ়্"

to walk; to step

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাঢ়্ · অসমীয়া অভিধান