কাঁড়ী
kām̐ṛī
অৰ্থ
1.
কাঁড়-মৰোঁতা
an archer
বি.
2.
আহোম ৰজাৰ দিনৰ এখেল মানুহৰ নামঃ [চমুবা, বিষয়া আৰু বেটী-বন্দীৰ বাহিৰে থকা প্ৰায় সকলো মানুহ কাঁড়ী বুলি গণ্য হৈছিল; কাঁড়ীক পাইক বুলিও ধৰা হৈছিল। গুণ অনুসৰি কাঁড়ীৰপৰা চমুবা আৰু চমুবাৰপৰা বিষয়াৰ খাপলৈ উঠিব পাৰিছিল।]
a class of people who, during the Āhom Rājā's time, were employed as soldiers as well as labourers when necessary
বি.
3.
ঘৰৰ মূধৰ দুয়োমূৰে কাঁড় বা চৰাইৰ পাখিৰ নিচিনাকৈ আগ বঢ়াই বন্ধা খেৰৰ মুঠি
a tuft of grass bound projecting on either end of the ridge of a thatched house
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ