← ফুৰি যাওক

কাঠ-গৰা

kāṭha-garā

অৰ্থ

1.

কাঠেৰে সজা গড়; কোঁটা গঁৰাল; যেনে-"কাঠগৰা বান্ধি বঞ্চিলন্ত ৰাতি" (কীৰ্ত্তন)

an enclosure made of wood

বি.

2.

ওখ, টান মাটিৰ নৈ বা সাগৰৰ পৰা

a high bank of hard soil of a river or sea

বি.

3.

কাচাৰীত সাক্ষী আদি থিয় হোবা কাঠৰ বেৰ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ