← ফুৰি যাওক

কাঁটা

kām̐ṭā

অৰ্থ

1.

আগত তিনিডাল দীঘল কাঁইট থকা এবিধ খানা খোবা সঁজুলি

a fork

বি.

2.

কাঁটল; তৰ্জ্জূৰ ওপৰৰ থিয় কাঁইটটো

the index of a scale

বি.

3.

কাঁইট

a thorn; spike

বি.

4.

ঘড়ীৰ ঘণ্টা আৰু মিনিট দেখুওবা কাঁইট

the hour and minute hands of a clock or watch

বি.

5.

ৰেখা বা মেপ আদি জুখিবলৈ ব্যবহাৰ কৰা দুটা জোং থকা যন্ত্ৰবিশেষ

a divider

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাঁটা · অসমীয়া অভিধান