← ফুৰি যাওক

কাটল

kāṭala

অৰ্থ

1.

যাক আয় বা উৎপন্নৰপৰা কাটি লয়; অলপ দিনৰ কাৰণে লগোবা ৰাজহ; মাটিত বাজে আন বস্ত্তত লগোবা কৰ

a cess or tax

বি.

সমাৰ্থক শব্দ

2.

ৰজা-ঘৰত পাইকে খাটি দিয়া বাব

personal service of a rāyat or tenant

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ