← ফুৰি যাওক

কাঁটল

kām̐ṭala

অৰ্থ

1.

তৰ্জ্জূৰ সোঁ মাজৰ কাঁইট; কাঁটা

the index of a pair of scales

বি.

2.

মতা চৰাইৰ আল বা ঠেঙৰ পাছফালে গজা কাঁইট

the spur of a bird

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ