← ফুৰি যাওক

কাটনী

kāṭanī

অৰ্থ

1.

অসম দেশৰ পাট পলু পোহা আৰু পাট সূতা কটা এজাতি মানুহ; যোগী

a class of men in Assam who rears the pāṫ silk-worm

বি.

2.

সূতা কটা মানুহ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাটনী · অসমীয়া অভিধান