কাটন
kāṭana
অৰ্থ
1.
সোণ-ৰূপত ফুল তোলা নৰণিৰ সদৱশ এবিধ সোণআৰিৰ অস্ত্ৰ; . ফোঁপোলা বা মাজখাল আৰু চাৰিও দাঁতিত ঘূৰাই ধাৰ থকা এবিধ চাকলি কটা যন্ত্ৰ
an instrument used by a goldsmith ; a punch
বি.
2.
পাত্ৰ গঢ়োতে আৰু পৰিষ্কাৰ কৰোঁতে যিমানখিনি কাঁহ, পিতল আদি লোকচান হয়
the loss in weight of any metals in the process of manufacture of articles from them
বি.
3.
কাটোঁতা; নাশ কৰোঁতা
destroyer
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ