কাঞ্চন
kāñcana
অৰ্থ
1.
সোণ; সুবৰ্ণ
gold
বি.
2.
এবিধ ফুল আৰু তাৰ গছ [ইয়াৰ দুজাতি, এজাতিৰ ফুল বগা (সং. শ্বেত কাঞ্চন, ); ইজাতিৰ ফুল পূৰৈয়া ৰঙা (সং. ৰক্ত কাঞ্চন; ; ৰঙা কাঞ্চনৰ ছালেৰে কাপোৰ বোলায়।]।
Bauhinia racemosa ; Bauhinia variegata)
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ