← ফুৰি যাওক

কাঁজি

kām̐ji

অৰ্থ

1.

আধা খুন্দা ধান বা পৰলীয়া চাউল আধা সিজা কৰি তাত পানী দি কিছুদিন ৰাখি উলিওবা পোতনি [ইয়াৰ অলপ টেঙা আৰু বৰ চেঁচা গুণ আছে)

sour rice gruel

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাঁজি · অসমীয়া অভিধান