← ফুৰি যাওক

কাজল

kājala

অৰ্থ

1.

অঞ্জন; চকুৰ পিৰিকতিত ঘঁহা এবিধ ৰং-; তেলৰ চাকি লগাই তাৰ ওপৰত কোনো পাত্ৰ আদি ধৰি থাকিলে তাত লাগি ধৰা ছাই

a collyrium for the eye; lamp-black

বি.

2.

এবিধ অলপ নীল-বৰণীয়া মাটি; তাৰে কোনোবে ফোঁট লয়

a kind of bluish earth

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাজল · অসমীয়া অভিধান