কাজ
kāja
অৰ্থ
1.
কাম; বন
work; business
বি.
2.
আদ্যশ্ৰাদ্ধ; মৱত্যুৰ অশৌচৰ পাছত কৰা শৰাধ।
বি.
3.
আবশ্যক; প্ৰয়োজন; (পু. অ.) কাৰণ; উপায়; বুদ্ধি
need ; cause; means; device
বি.
4.
চোলা আদিত বুটাম সুমুওবা বিন্ধা
button- hole
বি.
5.
কাপোৰ আদিত বেজিৰে ফুল বচা কাম
embroidery
বি.
6.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ