কাছ
kācha
অৰ্থ
1.
এবিধ জনাজাত পানীৰ চাৰি-ঠেঙীয়া জন্ত্ত [ইয়াৰ অনেক জাতি আছে; যেনে-বৰ বা ডলা-মূৰীয়া, বামুণী, দুবা, বেং, শিল, উলু-কাছ, ইত্যাদি]
chelonia; tortoise; turtle
বি.
2.
ওচৰ; যেনে-"হেন বা বুলিবা তোৰা0ঃ স্বামীৰ কাছকে যাহাঃ তেসস্বে নুমাউক ইটো জুই" (দশম)
nearness; proximity
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ