← ফুৰি যাওক

কাচাৰী

kācārī

অৰ্থ

1.

বিচাৰৰ ঠাই; আদালত

a court of justice

বি.

2.

ছৰ্কাৰী বা ৰাজহবা কাৰ্য্য কৰা ঠাই

a public office

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাচাৰী · অসমীয়া অভিধান