কাছল
kāchala
অৰ্থ
1.
পিন্ধা কাপোৰৰ ওলমি থকা ছোবা
that part of a garment which remains loose and hanging
বি.
সমাৰ্থক শব্দ
2.
তলপোন; পোন্ধ; যেনে-"কাচল নাইকিয়া মাইকীৰ বেশ" (বৰফুকনৰ গীত)
that end of the waist-cloth which is taken between the legs and tucked up behind
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ