← ফুৰি যাওক

কাচ

kāca

অৰ্থ

1.

বালি আৰু এবিধ খালোণেৰে তৈয়াৰ কৰা ফট্ফটীয়া, খুব টান অথচ ঠুনুকা বস্ত; বেলোল

glass

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাচ · অসমীয়া অভিধান