← ফুৰি যাওক

কাঁকৈছিৰা

kām̐kaichirā

অৰ্থ

1.

কাঁকৈৰ দাঁত বা দাঁৰৰ মাজৰ দীঘল কাটৰ নিচিনা ফাট কাঁকৈৰে আঁচুৰিলে যেনেকৈ ছিৰে বা ফালে তেনে দীঘল ফাট

a strainght crack extending lengthwise

বি.

2.

কাঁকৈৰ দাঁত বা দাঁৰৰ দৰে দীঘলীয়াকৈ ফাট মেলা; দীঘল হৈ ফটা; কাঁকৈৰে আঁচুৰিলে যেনেকৈ দীঘে দীঘে ফাটে তেনেকৈ ফটা

cracked lengthwise

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ