← ফুৰি যাওক

কাকত

kākata

অৰ্থ

1.

তুলাপাত

paper

বি.

2.

চিঠি; পত্ৰ

a letter

বি.

3.

কোনো বিষয় লেখা- পঢঞা কৰা কাগজ; দলিল

document

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ