← ফুৰি যাওক

কাক-তালীয়

kāka-tālīẏa

অৰ্থ

1.

পৰস্পৰৰ ভিতৰত কাৰ্য্য-কাৰণ সম্বন্ধ নথকা সত্ত্বেও আকস্মিকভাবে একেলগে ঘটা (ন্যায়)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাক-তালীয় · অসমীয়া অভিধান