কাক-চৰিত্ৰ
kāka-caritra
অৰ্থ
1.
কাউৰীয়ে ৰটা বা কাউৰীৰ মাতৰ গঢ় বুজি শুভাশুভ গণনা কৰিব পৰা বিদ্যা
divination by the cawing of a crow
বি.
2.
সেই বিদ্যা শিক্ষা দিয়া পুথি
a treatise on the above subject
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ