← ফুৰি যাওক

কাউৰী-ঠেঙীয়া

kāurī-ṭheṅīẏā

অৰ্থ

1.

কাউৰীৰ নিচিনা লেৰেলা, মঙহ-নাইকিয়া ঠেং যাৰ (মানুহক নিন্দা কৰাত ব্যবহাৰ হয়)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাউৰী-ঠেঙীয়া · অসমীয়া অভিধান