← ফুৰি যাওক

কাঁই-ৰাই

kām̐i-rāi

অৰ্থ

1.

এবিধ ল'ৰাৰ খেল [ইয়াত বালি এদ'মৰ ভিতৰত এটা ল'ৰাই এডাল শলা বা খৰিকা সুমাই থৈ আন এটাক বিচাৰি উলিয়াবলৈ দিয়ে]

a kind of children's play

বি.

2.

তোৰা মাছৰ আকৱতিৰ কিন্ত্ত তাতকৈ অলপ সৰু আৰু লাহী এবিধ মাছ

a small fish belonging to the eel family; Nema-chilus turio, var

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ