← ফুৰি যাওক

কাই

kāi

অৰ্থ

1.

কৰা যায়; যেনে-"কোটি কৰম কাই"

2.

দল; সমূহ; যেনে-"শূন্য নাগৰিক গৈলা কটকৰ কাই" (বিৰাটপৰ্ব্ব)

a party; body (of an army)

3.

কোন

who

সৰ্ব্ব.

4.

ককাই; ককাইটি

elder brother

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ