কক্ষ
kakṣa
অৰ্থ
1.
গাৰ কাষ বা দাঁতি; কাবলতি; যেনে-কক্ষত লৈয়া শিক্ষা বেত বাড়ি (কীৰ্ত্তন)
the side of the body; the arm-pit
বি.
2.
গ্ৰহ-নক্ষত্ৰৰ পথ
the orbit of a planet, etc.
বি.
3.
পেটত ৰখা খং বা হিংসা
a grudge
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ